Posts

অাজিৰ ৰাশি ফল (ইং ৭ জুলাই,২০১৮ ) 7 July rashifal in assamese, today rashifal assamese

Image
 7 July rashifal in assamese, today rashifal assamese অাজিৰ ৰাশি ফল (ইং ৭ জুলাই,২০১৮ ) 👉মেষ ৰাশি(অ,ল) - অাপোনা অাজি দিনটোত অশান্তি হ'ব পাৰে।ভ্ৰমনত শুভ।হাতলৈ ধন অাহিব।ব্যৱসায়ত শুভ।প্ৰেমিক -প্ৰেমিকাৰ শুভ।শুভ ৰং হালধিয়া হ'ব।শুভ সংখ্যা ৫ 👉 বৃষ ৰাশি(ই,উ,ব) - চাকৰিয়াল সকলৰ বাবে শুভ।বাহন চলাওতে সাৱধান হওক।প্ৰেমত বৰ শুভ নহয়।ব্যৱসায়ত শুভ। শুভ সংখ্যা ৩ শুভ ৰং সেউজীয়া। 👉 মিথুন ( ক,ছ,ঘ) - শত্ৰুৰ পৰা সাৱধান হ'ব।কৰ্মত শুভ।গৃহলৈ বন্ধু অাহিব ।ব্যৱসায়ত শুভ।খৰচ বৃদ্ধি হ'ব।শুভ সংখ্যা ৪ শুভ ৰং ৰঙা। 👉কৰ্কট ৰাশি (ড,হ ) - অাপোনা স্বাস্থৰ যতন লওক।কৰ্মত উন্নতি ।ব্যৱসায়ত শুভ।প্ৰেমত মধ্যম বুজায়।শুভ ৰং নীলা।শুভ সংখ্যা ৬ 👉 সিংহ ৰাশি (ম,ট) - কৰ্মত সফলতা লাভ।ব্যৱসায়ত মধ্যম।অৰ্থ প্ৰপ্তি হ'ব ।প্ৰেমত শুভ।শুভ সংখ্যা গোলপিয়া।শুভ ৰং সেউজীয়া।শুভ সংখ্যা ৯ 👉কন্যা ৰাশি ( প,ঠ) - শিক্ষাৰ্থী সকলৰ বাবে শুভ।কৰ্মত মন দিয়ক।বন্ধুয়ে ক্ষতি কৰিব।অৰ্থ ব্যয় হ'ব।প্ৰেমত জতিলতা।শুভ সংখ্যা ৬ শুভ ৰং হালধিয়া। 👉তুলা ৰাশি (ৰ,ত) - সমাজত সু-নাম লাভ কৰিব।ঈশ্বৰ উপাসনা কৰক।ব্যৱসায়ত শুভ।প্ৰেমত অশুভ।শুভ