অাজিৰ ৰাশি ফল (ইং ৭ জুলাই,২০১৮ ) 7 July rashifal in assamese, today rashifal assamese

 7 July rashifal in assamese, today rashifal assamese

অাজিৰ ৰাশি ফল

(ইং ৭ জুলাই,২০১৮ )

👉মেষ ৰাশি(অ,ল) - অাপোনা অাজি দিনটোত অশান্তি হ'ব পাৰে।ভ্ৰমনত শুভ।হাতলৈ ধন অাহিব।ব্যৱসায়ত শুভ।প্ৰেমিক -প্ৰেমিকাৰ শুভ।শুভ ৰং হালধিয়া হ'ব।শুভ সংখ্যা ৫

👉 বৃষ ৰাশি(ই,উ,ব) - চাকৰিয়াল সকলৰ বাবে শুভ।বাহন চলাওতে সাৱধান হওক।প্ৰেমত বৰ শুভ নহয়।ব্যৱসায়ত শুভ। শুভ সংখ্যা ৩ শুভ ৰং সেউজীয়া।

👉 মিথুন ( ক,ছ,ঘ) - শত্ৰুৰ পৰা সাৱধান হ'ব।কৰ্মত শুভ।গৃহলৈ বন্ধু অাহিব ।ব্যৱসায়ত শুভ।খৰচ বৃদ্ধি হ'ব।শুভ সংখ্যা ৪ শুভ ৰং ৰঙা।

👉কৰ্কট ৰাশি (ড,হ ) - অাপোনা স্বাস্থৰ যতন লওক।কৰ্মত উন্নতি ।ব্যৱসায়ত শুভ।প্ৰেমত মধ্যম বুজায়।শুভ ৰং নীলা।শুভ সংখ্যা ৬

👉 সিংহ ৰাশি (ম,ট) - কৰ্মত সফলতা লাভ।ব্যৱসায়ত মধ্যম।অৰ্থ প্ৰপ্তি হ'ব ।প্ৰেমত শুভ।শুভ সংখ্যা গোলপিয়া।শুভ ৰং সেউজীয়া।শুভ সংখ্যা ৯

👉কন্যা ৰাশি ( প,ঠ) - শিক্ষাৰ্থী সকলৰ বাবে শুভ।কৰ্মত মন দিয়ক।বন্ধুয়ে ক্ষতি কৰিব।অৰ্থ ব্যয় হ'ব।প্ৰেমত জতিলতা।শুভ সংখ্যা ৬ শুভ ৰং হালধিয়া।

👉তুলা ৰাশি (ৰ,ত) - সমাজত সু-নাম লাভ কৰিব।ঈশ্বৰ উপাসনা কৰক।ব্যৱসায়ত শুভ।প্ৰেমত অশুভ।শুভ সংখ্যা ৫ শুভ ৰং কমলা ৰং ।

👉বৃশ্চিক ৰাশি (ন,য )-  অাপোনি কৰ্মত সচেতন হওক।শুভ সময় কৰ্ম কৰক সফলতাৰ বাট খোলা অাছে।ব্যৱসায়ত শুভ।ধন প্ৰপ্তি হ'ব।প্ৰেমত শুভ।বিদ্যাত শুভ।শুভ সংখ্যা ২ শুভ ৰং ৰঙা।

👉 ধনু ৰাশি( ধ,ফ,ভ ) - মনত সাহস পাব।বাল্য কালৰ বন্ধ লগ পাব।প্ৰেমত মধ্যম।শুভ সংখ্যা ১ শুভ ৰং হালধিয়া।

👉 মকৰ ৰাশি( জ,ফ ) - অাজি অাপোনাৰ কিছু ক্ষতি হ'ব পাৰে।অৰ্থ ব্যয় হ'ব।ব্যৱসায়ত শুভ নহ'য়।প্ৰেমত অশুভ।শুভ সংখ্যা ৪ শুভ ৰং নীলা।

👉কুম্ভ ৰাশি ( গ,শ,স) - অাপোনাৰ খং বৃদ্ধি পাব।স্বাস্থ্যত মন দিয়ক।ব্যৱসায়ত মধ্যম বুজায়।অৰ্থ প্ৰাপ্তি বুজায়।শুভ সংখ্যা ১ শুভ ৰং সেউজীয়া।

👉মীন ৰাশি( দ,চ) - অাপোনাৰ সম্পদ লাভ হ'ব।কিন্তু দুচকীয় বাহনৰ পৰা সাৱধান হ'ব।ব্যৱসায়ত শুভ ,প্ৰেমত জেদ বৃদ্ধি পাব।শুভ সংখ্যা ৯ শুভ ৰং হালধিয়া।

Comments